ডিব্ৰুগড়ত ৰাইজৰ দলত তিনি শতাধিকৰ যোগদান

A

নিউজ ডেস্ক:

ডিব্ৰুগড়ত ৰাইজৰ দলত তিনি শতাধিকৰ যোগদান। বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিৰ লগতে সাধাৰণ জনতাই আজি যোগদান কৰে দলটোত।ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এই যোগদান সমাৰোহত ৰাইজৰ দলৰ জিলা সমিতিৰ সভাপতি ডঃ অমূল্য আহোমৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ , কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, উপ সভাপতি দীপক শইকীয়া, হিৰণ্ময়ী বৰগোহাঁ‌ই, মোহিনী মোহন লিগিৰা আৰু সম্পাদক ৰাতুল গগৈ উপস্থিত থাকে।

Your Comments