
নিউজ ডেস্ক:
লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ(S) টাৰ্ণিঙত পথ দুৰ্ঘটনা।
দূৰ্ঘটনা সংঘটিত হোৱা যুৱক সকল আছিল লামডিঙৰ এটি ফুটবল দলৰ।
উক্ত দলটোৱে ১৭ জন খেলুৱৈ সহ সৰ্বমুঠ ৩০ জন ব্যক্তি লৈ মালবাহী মেজিক বাহন এখনে লামডিঙৰ পৰা আহি আছিল লংকাৰ চিংজুৰিলৈ।
দলটোৰ চিংজুৰিত আছিল আজি ফাইনেল ফুটবল খেল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সকলো ফুটবল খেলুৱৈক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে ৫ জন খেলুৱৈৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 15 views