এছ আই জোনমনি ৰাভাক চাকৰিৰ পৰা নিলম্বন; ১৪দিনৰ কাৰাগাৰলৈ প্ৰেৰণ

A

নিউজ ডেস্ক:

 আৰক্ষী উপ-পৰিদৰ্শক জোনমনি ৰাভাক চাকৰিৰ পৰা নিলম্বন।মাজুলী গড়মূৰ আৰক্ষীৰ থানাই গ্ৰেপ্তাৰ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বন কৰা হয় ৰাভাক।
উল্লেখ্য যে শনিবাৰে গ্ৰেপ্তাৰ কৰা বিতৰ্কিত এছ আই গৰাকীক ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

Your Comments