
নিউজ ডেস্ক:
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিযুক্তি মীৰা বৰঠাকুৰ গোস্বামীক।সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে মঙলবাৰে বৰঠাকুৰক নিযুক্তি দিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত।উল্লেখ্য যে এগৰাকী শক্তিশালী নেত্ৰী বৰঠাকুৰ পূৰ্বতে বিজেপি দলত আছিল।শেহতীয়া ভাৱে ২১ৰ বিধানসভা নিৰ্বাচনৰ পূর্বে জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিল বৰঠাকুৰে ।
- Log in to post comments
- 9 views