
মেষ ৰাশি- পৈতৃক সম্পত্তিৰ পৰা ধন প্ৰাপ্ত কৰিব পাৰে। শৈক্ষিক কামত মনোযোগ দিলে সুফল লাভ কৰিব। স্বাস্থ্য সচেতন হওক। ব্যয় বৃদ্ধি হ’ব। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ যোগ আছে।
বৃষ ৰাশি- পৰিয়ালত সুখ আৰু শান্তি থাকিব। আপুনি এজন বন্ধুৰ সহায়ত চাকৰিৰ সুযোগ পাব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে। কামৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ যত্ন লওক।
মিথুন ৰাশি-পৰিয়ালত সুখ আৰু শান্তি থাকিব। আপুনি এজন বন্ধুৰ সহায়ত চাকৰিৰ সুযোগ পাব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে। কামৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ যত্ন লওক।
কৰ্কট ৰাশি- আজি আনৰ পৰা প্ৰতাড়িত হোৱাৰ সম্ভৱনা অধিক, সেয়ে সাৱধান হৈ থকা ভাল। ধৈৰ্য্যৰ অভাৱ হ’ব। কামত বাধা থাকিব পাৰে। দাম্পত্য জীৱন সুখৰ হব।
সিংহ ৰাশি- শৈক্ষিক কামৰ প্ৰতি সাৱধান হোৱাৰ দৰকাৰ। দীৰ্ঘ সময়ৰ পৰা কৰি অহা কোনো কামত ব্যাঘাত জন্মিব পাৰে। আপুনি ব্যৱসায়ৰ বাবে ভ্ৰমণলৈ যাব পাৰে। শিশুৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটিব পাৰে।
কন্যা ৰাশি-পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অসুস্থতাই চিন্তাত পেলাব পাৰে। মনত অস্থিৰতা থাকিব। কোনো অজ্ঞাত ভয়ে মন ব্যতিব্যস্ত কৰি তুলিব পাৰে। চাকৰিত পদোন্নতিৰ সুযোগ থাকিব পাৰে। সন্মান বৃদ্ধি হ’ব।
তুলা ৰাশি- পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হব। অতিৰিক্ত ব্যয় হ’ব। পৰিয়ালটোত শান্তি থাকিব। আপুনি কামত অসুবিধাৰ সন্মুখীন হ’ব লাগিব পাৰে। আত্মবিশ্বাস অধিক হ’ব।নতুন কোনো প্ৰকল্পৰ সুযোগ লাভ কৰিব।
বৃশ্চিক ৰাশি- পথ প্ৰশস্ত হ’ব। বন্ধুৰ সহায়ত উপাৰ্জন বৃদ্ধি হ’ব পাৰে। আজি খং পৰিহাৰ কৰি চলক। মাতৃৰ জৰিয়তে অৰ্থলাভ কৰিব পাৰে। শিশুৰ শাৰিৰীক অসুস্থতাই আজি আপোনাক চিন্তাত পেলাব পাৰে।
ধনু ৰাশি- বৌদ্ধিক কামত ব্যস্ততা বৃদ্ধি পাব। আপোনাৰ মিতভাষীতাই সহজেই আজি আনক আকৰ্ষণ কৰিব। শৈক্ষিক কাৰ্যবোৰ উন্নত হ’ব। চাকৰিত কাম বৃদ্ধি হ’ব পাৰে।
মকৰ ৰাশি- মনত শান্তি আৰু সুখ থাকিব। কলা বা সংগীতৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব পাৰে। ব্যৱসায়ৰ সম্প্ৰসাৰণত আপুনি এজন বন্ধুৰ সমৰ্থন পাব পাৰে। পৰিয়ালৰ সৈতে আজি আপোনাৰ সম্পৰ্ক সুখদায়ক হব।
কুম্ভ ৰাশি- পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। দাম্পত্য জীৱন সুখৰ হব। আপোনজনৰ পৰা লাভ কৰা কোনো সংবাদে মনত সুখ দিব পাৰে। ধৰ্মীয় স্থানলৈ ভ্ৰমণলৈ যাব পাৰে। ব্যয় বৃদ্ধি হ’ব।
মীন ৰাশি- আত্মবিশ্বাস বৃদ্ধি পাব। শৈক্ষিক কামে সুখী ফলাফল প্ৰদান কৰিব। আজি পৰিয়ালত শান্তি থাকিব। ব্যৱসায় সম্প্ৰসাৰিত হব পাৰে। কৰ্মক্ষেত্ৰত মন বিচলিত হব পাৰে। চাকৰিয়াল সকলৰ বাবে বদলিৰ যোগ আছে।
- Log in to post comments
- 40 views