নিউজ ডেস্ক:
গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰ চিকিৎসালয়ত নাৰ্ছক যৌন নিৰ্যাতনৰ অপচেষ্ট চলোৱা অভিযুক্ত চিকিৎসক ধৃত ডাঃ ভাস্কৰ কুমাৰ বৰুৱাক গ্ৰেপ্তাৰ।ভুক্তভুগী নাৰ্ছৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে চিকিৎসক বৰুৱাক।নুনমাটি থানাই কমলপুৰৰ পৰা আত্মগোপন কৰি অৱস্থত অভিযুক্ত বৰুৱাক গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে জ্যেষ্ঠ চিকিৎসক গৰাকীয়ে নিশা মদ্যপান কৰি কৰ্তব্যৰত এগৰাকী নাৰ্ছক নিজৰ কোঠালৈ টানি নিয়াৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰিছে।তাৰ পাছতে ভুক্তভোগী নাৰ্ছ গৰাকীয়ে যৌন নিৰ্যাতন চলাবলৈ অপচেষ্টা চলোৱা বুলি এজাহাৰ দাখিল কৰিছিল।
- Log in to post comments
- 11 views