নগাঁও আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৰুজু

A

নিউজ ডেস্ক:

নগাঁৱৰ ঘটনাত অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে এজাহাৰ।গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ পিতৃয়ে উপ-পৰিদৰ্শক বনিয়াৰ বিৰুদ্ধে নগাঁও সদৰ থানাত দাখিল কৰে এজাহাৰ।ইতিমধ্যে এজাহাৰৰ ওপৰত ভিত্তি কৰি গোচৰ ৰুজু  হৈছে।জামিন বিহীন ধাৰাত নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ৩২৬/৩০৭/৫০৬ধাৰাত গোচৰ ৰুজু হৈছে।

Your Comments