হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন

A

নিউজ ডেস্ক:

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন।

উপায়ুক্ত কাৰ্য্যলয়ৰ সমীপৰ কাছাৰী ময়দানত পতাকা উত্তোলন কৰে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে।

চৰকাৰে দিয়া ক’ভিডৰ সম্পূর্ণ নীতি-নিৰ্দেশনা পালন কৰি অনুষ্ঠিত কৰা হয় গণৰাজ্য দিৱসটি।

Your Comments