অসম সন্তান সেনাবিষয়া লে:জে: ৰাণা প্ৰতাপ কলিতাৰ ইষ্টাৰ্ণ কামাণ্ডৰ Goc-in-Chief হিচাপে দায়িত্ব গ্ৰহণ

A

নিউজ ডেস্ক:

অসমবাসীলৈ ভাল খবৰ।ভাৰতীয় সেনাক নেতৃত্ব দিব এগৰাকী অসম সন্তানে।অসম সন্তান লে:জে: ৰাণা প্ৰতাপ কলিতা ভাৰতীয় সেনা ইষ্টাৰ্ণ কামাণ্ডৰ GOC-IN-CHIEF  হিচাপে দায়িত্ব গ্ৰহণ।ভাৰতীয় সেনাৰ উক্ত পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া হৈছে কলিতা।

উল্লেখ্য যে ,কামৰূপ জিলাৰ ৰঙিয়াত ঘৰ সেনা বিষয়া গৰাকীৰ।কলিতা উক্ত পদত অধিষ্ঠিত উত্তৰ-পূৱৰ প্ৰথমগৰাকী সেনা বিষয়া।কলিতাই এই পদৰ দায়িত্ব গ্ৰহণৰ পাছতেই টুইটাৰত শুভেচ্ছা জনায় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

Your Comments