আগন্তুক ১০ দিনৰ ভিতৰত উচ্ছেদ অভিযান চলিব দীপৰবিলত

A



নিউজ ডেস্ক :
দীপৰিবলৰ অবৈধ দখলৰ বিৰুদ্ধে আগন্তুক ১০ দিনৰ ভিতৰত উচ্ছেদ চলাবলৈ প্ৰশাসনক আহ্বান জনাইছে মন্ত্ৰী বিমল বৰাই ।
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত এই ঘোষণা কৰে মন্ত্ৰী বিমল বৰাই।উল্লেখ্য যে,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি তেওঁ এই বিষয়ে মন্তব্য কৰে।দীপৰ বিলৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ বাবে মহানগৰৰ উপায়ুক্তই আবণ্টন দিছে ১৯ বিঘা ১ কঠা মাটি।

Your Comments

Related Articles