![A](/sites/default/files/styles/article_detail/public/2021-12/FB_IMG_1639209852488.jpg?itok=lU1xGjoq)
নিউজ ডেস্ক:
মাজুলীৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী আৰু পৰিমিতা দাসৰ ভগ্নীলৈ অসম চৰকাৰে প্ৰদান কৰিছে চাকৰি।উল্লেখ্য যে ,ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক শিক্ষা বিভাগৰ তৃতীয় বিভাগত নিযুক্তি দিয়াৰ লগতে পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক SCERTৰ প্ৰবক্তা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে ।
অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী পিযুষ হাজৰিকাই কেবিনেটত ঘোষণা কৰে এই বিষয়ে।
- Log in to post comments
- 12 views