ডঃ অংকিতা দত্ত অসম প্ৰদেশ যুৱ কংগ্রেছৰ নতুন সভাপতি

A

নিউজ ডেস্ক:


অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি নিযুক্তি।

যুৱ নেত্ৰী ডঃ অংকিতা দত্ত ৰাজ্যিক যুৱ কংগ্ৰেছৰ নতুন সভাপতি।

ভাৰতীয় যুৱ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে এক জাননী যোগে ঘোষণা কৰে এই কথা।

উল্লেখ্য যে প্ৰয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা অংকিতা।আমগুৰি সমষ্টিত দুবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল অংকিতাই ।

Your Comments