হোজাইত বনৰীয়া হাতীৰ উপদ্ৰৱ

A


নিউজ ডেস্ক:
হোজাইত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ।হোজাইৰ দাঁতি-কাষৰীয়া বিভিন্ন ঠাইত আবেলি হলেই পদাৰ্পন হয় গজৰাজৰ।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰে বৃহৎ হাতীৰ জাকে ।
উল্লেখ্য যে,হোজাইৰ দাঁতি-কাষৰীয়া বিভিন্ন ঠাইত খেতি পথাৰত উপদ্ৰৱ চলোৱাৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ  অভিযোগ উথ্থাপন কৰিছে ৰাইজে।

 

Your Comments

Related Articles