৫কোটি টকীয়া দুটা ঘড়ীয়ে বিপদত পেলালে ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডেক, কিন্তু কিয় পঢ়ক

A

নিউজ ডেস্ক:

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ পৰা উভতি অহা সময়ত মুম্বাইত শুল্ক বিভাগে জব্দ কৰে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডেৰ দুটা বিলাসী ঘড়ী।৫কোটি টকীয়া বিলাসী ঘড়ী দুটাৰ সম্পৰ্কত পাণ্ডেৰ হাতত নাছিল বৈধ নথি।মুম্বাই শুল্ক বিভাগে বিমানবন্দৰত জব্দ কৰে বিলাসী ঘড়ী দুটা।

উল্লেখ্য যে ভাৰতীয় দলৰ সৈতে উভতি আহিছিল পাণ্ডে।ডুবাইত নতুনকৈ সংগ্ৰহ কৰিছিল বিলাসী ঘড়ী দুটা।

আইচিচি টি-২০ বিশ্বকাপত ব্যৰ্থ হৈছিল পাণ্ডে।

Your Comments