অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ মুখ্যমন্ত্ৰীৰ

A



নিউজ ডেস্ক:
অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই অনুৰোধ জনাই ডঃ শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কৰা এক টুইট অনুসৰি, গোলাঘাট, কাছাৰ, ধেমাজি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি চিনাক্ত কৰিছে।

Your Comments