কামৰূপ জিলাত স্থানীয় বন্ধ ঘোষণা, কেতিয়া পঢ়ি লওঁক

A

নিউজ ডেস্ক:

দেৱালী উপলক্ষে কামৰূপ জিলাত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ।অহা ৫ নৱেম্বৰত জিলাখনত স্থানীয় বন্ধ  ঘোষণা কৰিছে জিলা প্ৰশাসনে।

জিলা প্ৰশাসনৰ জাননী অনুযায়ী উক্ত দিনাখন জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়,বিত্তীয় অনুষ্ঠান, বেংক আদি বন্ধ থাকিব।

স্থানীয় বন্ধৰ দিনটোত জিলাখনত কৰ্মচাৰী, ষ্টাফ, শিক্ষকৰ পৰীক্ষাৰ ডিউটি থাকিলে ডিউটি পালন কৰিব।অত্যাৱশ্যকীয় সেৱা বাহাল থাকিব।

Your Comments

Related Articles