নগাঁৱত ঔষধ বিপণীত অগ্নিকাণ্ড ,জুইত জাহ গ'ল কোটি টকাৰ ঔষধ

A



নিউজ ডেস্ক:

 নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধিং গেটস্থিত' প্ৰিন্স মেডিচিন ৱৰ্ল্ড'নামৰ এখন ঔষধ বিপণীত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত বিপণীখনৰ সকলো ঔষধ পুৰি সম্পূৰ্ণৰূপে ছাই হৈ যায় । উল্লেখ্য যে ,বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটোৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কেবা কোটি টকা হ’ব বুলি ঔষধ বিপণীৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে।


Your Comments

Related Articles