নিউজ ডেস্ক:
নিৰ্ধাৰিত সময়তকৈ বহু কম দিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিল চুপাৰ মাৰ্কেট দিছপুৰ সংযোগী উৰণীয়া সেঁতু। ৫ নৱেম্বৰত উদ্বোধন কৰা হ'ব উৰণীয়া সেঁতুখন ।গুৰুত্বপূৰ্ণ কথা এই যে ,'উৰণীয়া সেঁতুত প্ৰতিফলিত হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় সংস্কৃতি।' ২০ গৰাকী শিল্পীৰ দল ব্যস্ত হৈ পৰিছে এই উৰণীয়া সেঁতুৰ সৌন্দৰ্য বৰ্ধনৰ কামত। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমত অসমীয়া ঠিকাদাৰ, শ্ৰমিক আৰু শিল্পীৰ সংমিশ্ৰণত জিলিকি উঠিছে ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণীয়া সেঁতুখন ।
- Log in to post comments
- 8 views