আজি IPLৰ বহু প্ৰত্যাশিত ফাইনেল:সন্ধিয়া ৭.৩০বজাৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব খেল

A

নিউজ ডেস্ক:

আজি বহু প্ৰত্যাশিত আইপিএলৰ ফাইনেল খেল।ডুবাইত সন্ধিয়া ৭.৩০বজাৰ লগে লগে অনুষ্ঠিত হ'ব ইণ্ডিয়া প্ৰিমিয়াৰ লীগৰ ১৪সংখ্যক  সংস্কৰণৰ ফাইনেল খেল।চেন্নাই চুপাৰ কিংছ আৰু কলিকতা নাইট ৰাইডাৰছৰ মাজত ফাইনেল খেল খন অনুষ্ঠিত হ'ব।

উল্লেখ্য  যে ফাইনেলত অৱতীৰ্ণ হ'ব লগা দুয়োটা দলে পূৰ্বে আইপিএল ফাইনেল খিতাপ দখল কৰিছে।৮ বাৰকৈ আইপিএলৰ চূড়ান্ত খেলত অৱতীৰ্ণ হৈ ৩বাৰ ফাইনেল দখল কৰিছে মহেন্দ্ৰ সিং ধোনী চেন্নাইৰ দলটোৱে।ইয়াৰ বিপৰীতে দুবাৰকৈ আইপিএল ফাইনেল দখল কৰিছে কলকাতা নাইট ৰাইডাৰছে।

Your Comments