কোকৰাঝাৰত এনকাউণ্টাৰত নিহতৰ আত্মীয়লৈ চাকৰি

A

নিউজ ডেস্ক:

কোকৰাঝাৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰা প্ৰাক্তন দুই এনডিএফবি সদস্যৰ আত্মীয়লৈ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান।বিটিআৰ চীফ প্ৰমোদ বড়োৱে চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰে নিহত জংচাৰ মোচাহাৰী আৰু জনক ব্ৰহ্মৰ পৰিয়ালক ।ইউএলবি সদস্য বুলি আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিছিল বড়ো যুৱক দুজনক।তাৰ পাচতে বিটিআৰত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ।অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰাৰ অভিযোগত দুদিন পূৰ্বে বিটিচিৰ বন্ধ ঘোষণা কৰিছিল।

উল্লেখ্য যে  আৰক্ষীৰ জিম্মাত থকা সময়ত এনকাউণ্টাৰ কৰিছিল যুৱক দুজনক।

Your Comments