কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দৰবাৰ হলত কেবিনেট মন্ত্ৰী ৰূপে শপত বাক্য পাঠ কৰায় সোনোৱালক ৷
উল্লেখ্য যে মোডীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত দুই নম্বৰত শপত গ্ৰহণ কৰে সোণোৱালে। মুঠ ৪৩ গৰাকী মন্ত্ৰীয়ে মোডীৰ মন্ত্ৰীসভাত আজি শপত গ্ৰহণ কৰে।
গুৰুত্বপূৰ্ণ কথা মোডীৰ মন্ত্ৰী-সভাত উত্তৰ-পূৰ্বৰ ৪ গৰাকী মন্ত্ৰী থাকিব।
- Log in to post comments
- 11 views