টেট উৰ্ত্তীণ চাৰ্টিফিকেটৰ ম্যাদ লাইফটাইমৰ বাবে বৃদ্ধি

TET

টেট উৰ্ত্তীণৰ বাবে ভাল খবৰ। টেট উৰ্ত্তীণ প্ৰমাপত্ৰৰ ম্যাদ লাইফটাইমৰ বাবেবৃদ্ধি কৰা হ’ল ৷ বৰ্তমান ইয়াৰ ম্যাদ ৭বছৰ আছিল । কেন্দ্ৰীয় শিক্ষা দপ্তৰে সদৰি কৰে এই কথা।

উল্লেখ্য যে ৰাজ্যত বহুসংখ্যক টেট উৰ্ত্তীণ বৰ্তমানেও বঞ্চিত হৈ আছে চাকৰিৰ পৰা। বিভিন্ন সময়ত টেট উৰ্ত্তীণ সকলে প্ৰমাণপত্ৰৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে দাবী জনায় আহিছিল ৷

Your Comments