চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল

CBSE

ক'ৰ’না আতংকৰ বাবে অৱশেষত বাতিল চিবিএছই-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ অন্তত ঘোষণাোকৰা হয় এই কথা।বৈঠকত উপস্থিত আছিল গৃহমন্ত্ৰী অমিত শ্বাহ, মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰাণী,প্ৰকাশ জাভেদকাৰ।

বৈঠকত শিক্ষা মন্ত্ৰালয়ৰ সচিব, চিবিএছই-ৰ অধ্যক্ষও উপস্থিত আছিল।

Notice

পৰীক্ষা বাতিল কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- আমাৰ যি সকল ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকৰ স্বাস্থ্য গুৰুত্বপূৰ্ণ আৰু সুৰক্ষা আমাৰ বাবে গুৰুত্বপূৰ্ণ'।

'বৰ্তমান পৰিস্থিতিত শিক্ষাৰ্থীক পৰীক্ষাৰ বাবে বাধ্য কৰিব নোৱাৰো' - প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

Your Comments