এছিয়ান বক্সিং চেম্পিয়নশ্বিপত উজ্জ্বলিল অসম সন্তান শিৱ থাপা আৰু লাভলীনা বৰগোহাঁই

Lovlina-Shiva kumar thapa

ক'ৰ’না আতংকৰ মাজতে ভাল খবৰ । ডুবাইত উজ্বলিলি দুই অসম সন্তান শিৱ থাপা আৰু লাভলীনা বৰগোঁহাই।এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৬৯কেজি শাখাত গোলাঘাটৰ জীয়ৰী লাভলীন বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

আনহাতে, পুৰুষৰ ৬৪কেজিৰ শাখাত অসম সন্তান শিৱ থাপাই ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে।

দুয়োগৰাকী অসম সন্তানৰ সাফল্যত উৎফুল্লিত ৰাজ্যবাসী।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুইয়োগৰাকীকে অভিনন্দন জনাইছে।

Your Comments