২৬৯গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱালে ক’ৰ’নাৰ দ্বিতীয় ঢৌত

Covid warrior doctors

ক’ৰ’নাৰ দ্বিতীয় ঢৌৱে সন্ত্ৰাসিত কৰি তুলিছে সমগ্ৰ ভাৰত। প্ৰতিদিনে বহু হাজাৰ লোক মৃত্যু মুখত পৰিছে ক’ৰ’নাত আক্ৰান্ত হৈ। ইণ্ডিয়ান মেডিকেল এছোছিয়েশ্যনে শেহতীয়াকৈ প্ৰকাশ কৰিছে, ক’ৰ’নাৰ দ্বিতীয় ঢৌত ক’ৰ’নাত আক্ৰান্ত হৈ ২৬৯গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে।

তেওঁলোকে প্ৰকাশ কৰা অনুসৰি, দেশৰ ভিতৰত সকলোতকৈ বেছি ৭৮ জন চিকিৎসকৰ মৃত্যু হৈছে বিহাৰত। 

Your Comments