ভাৰতত বিগত এমাহ ধৰি ক'ৰ'না ৰোগীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি হোৱাৰ পিছত,বিগত ২৪ ঘন্টাত ৰোগীৰ সংখ্যা সামান্য হ্ৰাস পাইছে।বিগত ২৪ ঘণ্টাত ৩,৫৭,২২৯ গৰাকী লোক কোভিড আক্রান্ত হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে সোমবাৰে ৩,৪৪৯ জন লোকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।সোমবাৰে ৩,২০,২৮৯ জন লোক আৰোগ্য হয়।
- Log in to post comments
- 18 views