দিল্লীৰ লকডাউন পুনৰ এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে।এই লকডাউন সোমবাৰে পুৱা সমাপ্ত হোৱাৰ কথা আছিল।এইবাৰৰ সৈতে দ্বিতীয়বাৰৰ বাবে দিল্লীৰ লকডাউন বৃদ্ধি কৰা হৈছে।মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে ১ মে'ৰ সন্ধিয়া টুইট কৰি লকডাউন বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰে।
দিল্লীত ক'ৰ'না নিয়ন্ত্ৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত লকডাউন বৃদ্ধিৰ পক্ষত জনমত আছিল বুলি কেজৰিৱালে উল্লেখ কৰে।
উল্লেখ্য যে বিগত ২৪ ঘণ্টাত দিল্লীত ৩৭৫ গৰাকী ক'ৰ'না ৰোগীৰ মৃত্যু হৈছে।
- Log in to post comments
- 8 views