ক’ৰ’নাত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Central education minister

বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকই টুইট যোগে তেওঁৰ শৰীৰতো ক’ভিড১৯ৰ উপস্থিতি ধৰা পৰাৰ কথা প্ৰকাশ কৰে।

Tweet

মন্ত্ৰী গৰাকীয়ে টুইটাৰ পোষ্টটোত লিখিছে, “ইয়াৰ যোগে সকলোকে জনাব খুজিছো যে আজি মোৰ ক’ভিড পজিটিভ আহিছে। মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু চিকিৎসা গ্ৰহণ কৰি আছো। যোৱা কিছুদিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে ক'ভিড টেষ্ট কৰাই লওক।” 

Your Comments