অসমৰ আকাশত হঠাৎ এক জ্বলন্ত শিখাসদৃশ পোহৰ।উজনি অসমৰ আকাশত শনিবাৰে সন্ধিয়া ৬.৩০-৭.৩০ বজাত বহু লোকে প্ৰত্যক্ষ কৰে এই দৃশ্য।সাপেখাটী,তিনিচুকীয়াৰ আকাশত দৃশ্যমান হয় বিশেষ পোহৰটো।কিহৰ পোহৰ হ'ব পাৰে,সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।ইতিমধ্যে বিশেষ ফটোসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
- Log in to post comments
- 43 views