শদিয়াৰ বিধায়ক বলীন চেতিয়া ক'ভিড আক্রান্ত

Bolin Chetiya

শদিয়াৰ বিধায়ক বলীন চেতিয়া ক'ৰ'না ভাইৰাছত আক্রান্ত।বিজেপি বিধায়কগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ যে শেহতীয়াভাৱে ৰাজ্যত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

Your Comments