পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত এইবাৰো উত্তীৰ্ণ১০০% : এগৰাকীৰ স্থান লাভ

Jatiy bidyalaoi

নিউজ ডেস্ক :

ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখিলে নুনমাটি অসম জাতীয় বিদ্যালয়ে।মুঠ  ১২৭গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হোৱা বিদ্যালয়খনে ১০০% উত্তীৰ্ণৰে পূর্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখিলে। এইবাৰ অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ ৩৭গৰাকীয়ে লাভ কৰিছে দিষ্টিংচন, ৪৯ গৰাকীয়ে ষ্টাৰ নম্বৰপোৱাৰ বিপৰীতে, ১১১ গৰাকীয়ে প্ৰথম বিভাগত আৰু ১৬ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

ইফালে বিদ্যালয়খনৰ পৰা ৰাজ্যৰ ভিতৰত  নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অন্যান্য মেধিয়ে।

উল্লেখযোগ্য যে ২০১৯বর্ষত দুগৰাকী মেধাৱীয়ে বিদ্যালয় খনৰ পৰা ৰাজ্য ভিতৰতে শীর্ষ ১০টা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হৈছিল।

Your Comments