নিউজ ডেস্ক :
গুৱাহাটী মহানগৰীৰ ৰিজনেল ডেন্টেল কলেজৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে কভিড১৯। এই কথা টুইটাৰৰ জৰিয়তে অৱগত কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
ইয়াকে ধৰি ৰাজ্যত আক্রান্ত সংখ্যা ৫৯ জনলৈ বৃদ্ধি পালে। এই পৰ্যন্ত ৩৪জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে দুগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে।
- Log in to post comments
- 5 views