
উত্তৰ-পূৰ্বাঞ্চলত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত দ্বিতীয়জন লোকৰ মৃত্যু হৈছে।বুধবাৰে পুৱতি নিশা ২-৪৫ বজাত মৃত্যু ঘটে মেঘালয়ৰ শ্বিলঙৰ বেথানী হাস্পতালৰ ডঃ ছালিঅ' নামৰ ক'ৰ'না আক্ৰান্ত চিকিৎসকজনৰ।তেওঁৰ বয়স হৈছিল ৬৯ বছৰ।চিকিৎসকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।উল্লেখযোগ্য যে উত্তৰ-পূবৰ অসমত প্ৰথমগৰাকী ক'ৰ'না আক্রান্তৰ মৃত্যু ঘটিছিল।
- Log in to post comments
- 34 views