সোণোৱাল মন্ত্ৰীসভাত গড়কাপ্তানি আৰু শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ'ল মাহমৰাৰ বিধায়ক যোগেন মহন।আনহাতেে,তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে শ্ৰম,চাহ জনগোষ্ঠী উন্নয়ন দপ্তৰ লাভ কৰে।ইফালে,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰা শিক্ষা বিভাগ কৰ্তন কৰা হৈছে।পুনৰ শিক্ষা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে ড:হিমন্ত বিশ্ব শৰ্মাই।সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমবায় বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰ প্ৰদান কৰা হৈছে।
- Log in to post comments
- 63 views