অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ আৰম্ভণিৰ পূৰ্বে সদনৰ বাহিৰত প্ৰতিবাদ কংগ্ৰেছৰ সৰুক্ষেত্রী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত হাতত প্লে'কাৰ্ড লৈ বিধানসভাৰ বাহিৰত বহি প্ৰতিবাদ বিধায়কগৰাকীৰ। ইয়াৰ উপৰিও প্ৰস্তাৱিত বজালী জিলাৰ পৰা সৰুক্ষেত্রী বিধানসভা সমষ্টি কৰ্তন কৰি বৰপেটা জিলাত বাহাল ৰখাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি প্লে'কাৰ্ড প্ৰদৰ্শন কৰে সিকদাৰে।
- Log in to post comments
- 17 views