মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

Protest

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ।২৪ ফেব্ৰুৱাৰী বুধবাৰে কামৰূপ(ম) জিলা কংগ্ৰেছৰ উদ্যোগত মহানগৰীৰ গণেশগুৰিৰ চেৰাউগী পেট্ৰ’ল ডিপোৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। হাতত ঘোঁৰা, কান্ধত ছিলিণ্ডাৰ আৰু ডিঙিত পিয়াজৰ মালা পিন্ধি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ। মূলতঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৰা হয় এই প্ৰতিবাদ ৷

Protest

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি জুৰি শৰ্মা বৰদলৈ, প্ৰাক্তন সাংসদ আৰপি শৰ্মা, প্ৰাক্তন বিধায়ক অকণ বৰা প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছকর্মী।

Your Comments