কংগ্ৰেছক নেহৰু-গান্ধী পৰিয়ালৰ বাদে আনে নেতৃত্ব প্ৰদান কৰাটো কঠিন:অধীৰ ৰঞ্জন চৌধুৰী

adhir

লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৈছে নেহৰু-গান্ধী পৰিয়ালৰ বাদে কংগ্ৰেছক আনে নেতৃত্ব প্ৰদান কৰাটো কঠিন।তেওঁ কয় যে বিজেপিৰ সাম্প্ৰদায়িক ৰথ কেৱল কংগ্ৰেছেহে স্তব্ধ কৰাটো সম্ভৱ।লগতে,চৌধুৰীয়ে উল্লেখ কৰে যে আগন্তুক সময়ত দেশত কেৱল দুটা দলহে থাকিব।কংগ্ৰেছৰ সংকট দেখি ছোনিয়া গান্ধীয়ে দলটোৰ নেতৃত্ব গ্ৰহণ কৰিছে বুলি চৌধুৰীয়ে মন্তব্য কৰে।

Your Comments