এইবাৰ হাৰিয়ানাত প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ দলত্যাগৰ সম্ভাৱনা

hudda

এইবাৰ হাৰিয়ানাত কংগ্ৰেছত বিভাজন হোৱাৰ আশংকা প্ৰকট হৈছে।হাৰিয়ানাৰ কংগ্ৰেছী প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডাই কংগ্ৰেছ ত্যাগ কৰি নতুন দল গঠন কৰিব বুলি চৰ্চা প্ৰৱল হৈছে।১৮ আগষ্টত হুড্ডাই হাৰিয়ানাত 'মহাপৰিৱৰ্তন ৰেলী' কৰিব।এই ৰেলীতে তেওঁৰ ভৱিষ্যতৰ কাৰ্যপন্থা সমৰ্থকসকলৰ আগত প্ৰকাশ  কৰাৰ সম্ভাৱনা আছে।

Your Comments