পশ্চিমবংগত অব্যাহত আছে হিংসা।বৃহস্পতিবাৰে কলকাতাৰ সমীপৰ ভাতপুৰাত এগৰাকী ১৭ বছৰীয়া নাবালকক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।এই সমগ্ৰ ঘটনাক্ৰমত দুজন ব্যক্তিৰ মৃত্যু হয় আৰু তিনিজন লোক আহত হয়।
এই হিংসাত দুৰ্বৃত্তই দেশীয় বোমাৰো ব্যৱহাৰ কৰা বুলি কোৱা হৈছে।এই হিংসাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জৰুৰী বৈঠকৰ আহ্বান জনাইছে।
- Log in to post comments
- 12 views