কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ত চলা কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোট গননাৰ সপ্তম ৰাউণ্ডৰ অন্তত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ ১৭১৫৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।সপ্তম ৰাউণ্ডৰ অন্তত
মনি মাধৱ মহন্তই লাভ কৰিছে ৩৫৬৪১ টা ভোট।
গৌৰৱ গগৈয়ে লাভ কৰিছে ১৮৪৮৮ টা ভোট।
- Log in to post comments
- 37 views