আই পি এলত পুনৰ বিস্ফোৰক বেটিং ৰিয়ান পৰাগৰ

riyan

নিউজ ডেস্ক :

আই পি এলত অসম সন্তান ৰিয়ান পৰাগৰ বিস্ফোৰক বেটিং।
ৰিয়ান পৰাগৰ ৪৭(৩১) ৰাণৰ সহায়ত কলকাতা নাইট ৰাইডাইৰছৰ বিৰুদ্ধে তিনি উইকেতত জয়ী ৰাজস্থান ৰয়েলছ।

Your Comments