টুইটাৰত ফল'ৱাৰ্ছ হ্ৰাস পোৱাত চিন্তিত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।এই সন্দৰ্ভত তেওঁ টুইটাৰৰ চিইঅ' জেক দৰ্ছীৰ সৈতে আলোচনা কৰে।উল্লেখ্য যে টুইটাৰ কৰ্তৃপক্ষই ট্ৰাম্পৰ একাউণ্টৰ একাংশ সন্দেহযুক্ত ফল'ৱাৰ্ছৰ একাউণ্ট বন্ধ কৰি দিছিল।
বিশ্বব্যাপি সন্দেহযুক্ত লোকৰ একাউণ্ট বন্ধ কৰাৰ টুইটাৰৰ নীতিৰ আধাৰত এনে কৰা হৈছিল।ইয়াৰ পিছতে ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে টুইটাৰে ভেদভাব কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল।
- Log in to post comments
- 11 views