নিউজ ডেস্ক:
ভাৰতৰ এখন প্ৰধান নৈ যমুনা নদীৰ পাৰত গঢ় লৈ উঠা উদ্যোগসমূহে অহৰহ প্ৰদূষিত কৰিছে নৈখনক।
বিষয়টোক অতি গুৰুত্বসহকাৰে লৈ ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।যমুনাত পোনপটীয়াকৈ ৰসায়ন মিশ্ৰিত বৰ্জ্য জল পেলোৱা ৫০ টা উদ্যোগ বন্ধ কৰি দিবলৈ পৰিষদে হাৰিয়ানা চৰকাৰক নিৰ্দেশ দিছে।
লগতে বিভিন্ন নৰ্দমাত ঔদ্যোগিক বৰ্জ্য জল পেলোৱা আন ১৭০ টা কাৰখানালৈ পৰিষদে জাননী জাৰি কৰিছে।

- Log in to post comments
- 11 views