নিউজ ডেস্ক:
শ্ৰীলংকাত দেওবাৰে হোৱা ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱালে ৪ গৰাকী ভাৰতীয় নাগৰিকেও।বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মতে ইয়াৰে তিনি গৰাকী নাগৰিকৰ নাম লক্ষ্মী, নাৰায়ণ চন্দ্ৰশেখৰ আৰু ৰমেশ।
আনহাতে,কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে উল্লেখ কৰিছে যে ৰাজ্যখনৰ কাছৰগড়ৰ বাসিন্দা পিএছ ৰছিনা নামৰ ৫৮ বছৰীয়া মহিলাগৰাকীৰো বোমা বিস্ফোৰণত মৃত্যু হৈছে।
- Log in to post comments
- 7 views