ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ বিমানসেৱা কোম্পানী জেট এয়াৰৱেইজ আনুষ্ঠানিকভাৱে বন্ধ হোৱাৰ পিছত এতিয়া কৰ্মসংস্থাপনহীন হৈ পৰিছে কোম্পানীটোৰ স্থায়ী আৰু ঠিকাভিত্তিক ২২,০০০ কৰ্মচাৰী ।
এই কৰ্মচাৰীসকলে যোৱা দুমাহে দৰমহা পোৱা নাছিল।২৬টা বেংকৰ পৰা প্রায় চাৰে আঠ হাজাৰ কোটি টকাৰ ঋণগ্ৰস্ত হৈ বন্ধ হৈ পৰিছে জেট এয়াৰৱেইজ।
- Log in to post comments
- 7 views