শিলচৰৰ পৰা বিক্ৰম দাস
দেশত চৰকাৰ গঠন কৰিব বিজেপিয়ে। । ৰাজ্যৰ নির্বাচন হৈ যোৱা পাঁচটা লোকসভা সমষ্টি দখল কৰিব বিজেপিয়ে।আজি উদাৰবন্দ ছয় মাইল ডিএনএইচএস স্কুলত অনুষ্ঠিত সভাত এইদৰে মন্তব্য কৰে মন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই।
বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় যে বিজেপিয়ে দেশৰ উন্নয়নৰ লক্ষ্যৰে কাজ-কাজ কৰি গৈছে। জাতি -ধর্ম নির্বিশেষে সকলোৰে বাবে কাম কৰি গৈছে বিজেপি চৰকাৰে। ।
ইয়াৰ পিছত শিলচৰত ৰোড শ্ব'ত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই হিমন্ত বিশ্ব শর্মাই।
- Log in to post comments
- 7 views