বহু প্ৰত্যাশাৰ অন্তত ঘোষণা কৰা হ'ল ৰাজ্যিক বিজেপিৰ প্ৰাৰ্থী তালিকা।সেই অনুসৰি লখিমপুৰত প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়।যোৰহাটত তপন গগৈক প্ৰাৰ্থিত্ব দিয়া হয়।ডিব্ৰুগড়ত ৰামেশ্বৰ তেলি,গুৱাহাটীত কুইন ওজাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়।মঙলদৈত দিলীপ শইকীয়া,শিলচৰত ৰাজদ্বীপ ৰয়,নগাঁৱত ৰাজেন গোহাঁইৰ পত্নী ৰীতা নাথ গোহাঁইক টিকট প্ৰদান কৰা হয়।ইফালে এতিয়াও ঘোষণা কৰা নাই তেজপুৰ,কৰিমগঞ্জ আৰু ডিফু সমষ্টিৰ প্ৰাৰ্থীৰ নাম।
- Log in to post comments
- 486 views
