মহিলা বিশ্বকাপ হকীৰ পৰা বাহিৰ ভাৰত

মহিলা বিশ্বকাপ হকীৰ পৰা বাহিৰ ভাৰত

লণ্ডনত আয়োজিত মহিলা বিশ্ব কাপ হকীৰ পৰা বিদায় ল'বলগীয়া হ'ল ভাৰতে । বৃহস্পতিবাৰে কোৱাৰ্টাৰ ফাইনেলত ভাৰত মুখামুখি হৈছিল আয়াৰলেণ্ডৰ । মেচখনত ভাৰত ১-৩ ব্যৱধানত পৰাস্ত হয় । এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেল পৰ্যায়লৈ উত্তৰণ ঘটিল আয়াৰলেণ্ডৰ । সম্প্ৰতি বিশ্বৰ ১৬ নং স্থানত থকা আয়াৰলেণ্ডে শনিবাৰে অনুষ্ঠিত হ'বলগীয়া ছেমি ফাইনেলত স্পেইনৰ বিৰুদ্ধে খেলিব ।

Your Comments