অসম গণ পৰিষদ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব সুনীল ৰাজকোঁৱৰে।
দীঘলীপুখুৰীৰ পৰা অগপ কর্মীয়ে হাতীৰ পিঠিত তুলি আদৰি আনিব জাতীয়তাবাদী বলিষ্ঠ নেতাজনক।

মুখ্যকাৰ্যালয়ত দিনৰ ১২.৩০ বজাত যোগদান কৰিব নেতাজনে।
- Log in to post comments
- 277 views