সোণাৰিৰ পৰা ঘন বৰা
৯ ফেব্ৰুৱাৰীত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল আৰু অসমৰ ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ দাবীত ৯ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া 'অসম বন্ধ' ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে।
- Log in to post comments
- 4037 views